সমললৈ যাওক

আই অ চি’ত ব্যৱহৃত দেশৰ সংকেতসমূহৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Image
আন্তৰ্জাতিক অলিম্পিক মভমেণ্টৰ পতাকা
Image
আন্তৰ্জাতিক পাৰালিম্পিক মভমেণ্টৰ পতাকা

আন্তৰ্জাতিক অলিম্পিক কমিটি (ইংৰাজী: International Olympic Committee চমুকৈ IOC) হৈছে অলিম্পিক গেমছত যিসমূহ দেশে অংশগ্ৰহণ কৰে, সেইসমূহ দেশৰ নাম প্ৰকাশৰ বাবে প্ৰত্যেক ক্ৰীড়াবিদ গোটৰ দেশৰ সংকেত য’ত চমুকৈ তিনিটা আখৰৰ ব্যৱহাৰ কৰি দেশসমূহ চিহ্নিত কৰা হয়। প্ৰতিটো সংকেতেই সাধাৰণতে ৰাষ্ট্ৰীয় অলিম্পিক কমিটি (National Olympic Committee) চিহ্নিত কৰে। কিন্তু আগৰ অলিম্পিক সমূহত বিভিন্ন কাৰণত বিভিন্ন ধৰণৰ ৰাষ্ট্ৰ ক’ড ব্যৱহাৰ কৰাৰ উদাহৰণ পোৱা যায়, যেনে বিভিন্ন দেশৰ এথলিটেৰে গঢ়া দল সমূহ, বা এনে দল যি কোন দেশকে পোনপটীয়াকৈ প্ৰতিনিধিত্ব নকৰে।

কিছু সংখক আইঅ’চি সংকেত আদৰ্শ আইঅ’চি ৩১৬৬-১ আলফা-৩ সংকেততকৈ বেলেগ। অন্যান্য ক্ৰীড়া প্ৰতিষ্ঠান, যেনে ফিফা, ফিবা বা কমনৱেলথ গেমছ ফেডাৰেছন আদিয়েও নিজ দলক প্ৰকাশৰ বাবে একেধৰণৰ চমুকৈ দেশৰ বাবে একোটা সংকেত ব্যৱহাৰ কৰে।

১৯৫৬ চনৰ শীতাকালীন অলিম্পিক আৰু ১৯৬০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকতে পোন প্ৰথম বাৰৰ বাবে দেশসমূহৰ নামৰ প্ৰথম তিনিটা আখৰেৰে ( বা আন সুবিধাজনক আখৰেৰে) প্ৰকাশিত অলিম্পিকৰ প্ৰতিবেদন সমূহত লিখাৰ ব্যৱস্থা কৰা হয়।[1]পিছে,এই ৰাষ্ট্ৰ ক’ড বিলাক আয়োজক দেশৰ ভাষাৰেহে ৰখা হৈছিল (উদাহৰণ স্বৰূপে ১৯৫৬ চনৰ শীতাকালীন অলিম্পিক আৰু ১৯৬০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত জাপানৰ ক’ড আছিল GIA, কাৰণ এই দুই অলিম্পিক ইটালীত অনুষ্ঠিত হৈছিল আৰু ইটালীয় ভাষাত জাপানক Giappone বুলি কোৱা হয়, তেনেদৰে ফৰাছী ভাষাত কোৰিয়াৰ নাম Corée হোৱাৰ বাবে ইয়াৰ ক’ড COR ৰখা হৈছিল। )১৯৭২ চনৰ শীত অলিম্পিকলৈ এই ক’ড সমূহ আদৰ্শীকৰণ কৰি বৰ্তমান ৰূপলৈ অনা হয়, যদিও পিছলৈ সালসলনি নোহোৱা নহয়। তাৰপৰি চোভিয়েত ইউনিয়নৰ বিভাজন, জাৰ্মানীৰ বিভাজন আৰু একীকৰণ, যুগোশ্লাভিয়াৰ খণ্ডিতকৰণ, ছেক্শ্লা্ভাকিয়াৰ বিভাজন আৰু বহুতো ভৌগোলিক পূণৰ্নামকৰণ ইত্যাদিৰ বাবে এই ৰাষ্ট্ৰক’ড সমূহ সময়ে সময়ে সলনি কৰিব লগা হৈছে। [উদ্ধৃতিৰ প্ৰয়োজন]

প্ৰায় দুশ “ জাতীয় অলিম্পিক সমিতি” সমিতিৰ এই তালিকা খনৰ বাহিৰেও, জাতীয় পাৰা-অলিম্পিক সমিতি সমূহকো আন্তৰ্জাতিক অলিম্পিক সমিতিৰ আদৰ্শীকৃত ৰাষ্ট্ৰক’ডৰ প্ৰয়োজন হয়। মাকাও আৰু ফেৰ’ দেশৰ ক’ড হ’ল ক্ৰমে MAC আৰু FRO।[2][3]

বৰ্তমান ৰাষ্ট্ৰীয় অলিম্পিক কমিটিসমূহ (এনঅ’চি)

[সম্পাদনা কৰক]

বৰ্তমান অলিম্পিক মুভমেণ্টৰ মাজত ২০৪টা এনঅ’চি (ৰাষ্ট্ৰীয় অলিম্পিক কমিটি) আছে। তলৰ টেবুলখনত IOC ৰ আধিকাৰিক প্ৰতিবেদন অনুসৰি, প্ৰত্যেক অলিম্পিক সমিতিৰ নামেৰে সৈতে বৰ্তমান ব্যৱহাৰ হোৱা ক’ডসমূহ আৰু লগতে আগতে ব্যৱহাৰ হোৱা আন ক’ড ( যদি আছে), IOC ৰ আধিকাৰিক প্ৰতিবেদন অনুসৰি সন্নিৱিষ্ট কৰা হৈছে। কিছুমান আগতে ব্যৱহাৰ ক’ডৰ সবিশেষ পিছৰ শাখা বিলাকত দিয়া হৈছে। কেৱল কোনো গ্ৰীষ্ম (Summer Games) বা শীতকালীন অলিম্পিকৰ (Winter Games) বাবে ব্যৱহাৰ হোৱা ক’ড সমূহ ক্ৰমে "S" আৰু "W" ৰে সুচিত কৰা হৈছে।

সূচক: A B C D E F G H I J K L M N O P Q R S T U V Y Z
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
AFGImage আফগানিস্তান
ALBImage আলবেনিয়া
ALGImage আলজেৰিয়াAGR (1964), AGL (1968 S)
ANDImage আন্দৰা
ANGImage আংগলা
ANTImage নেডাৰলেণ্ডচ এনটাইল্লেচ
ARGImage আৰ্জেণ্টিনা
ARMImage আৰ্মেনিয়া
ARUImage আৰুবা
ASAImage আমেৰিকান চমোৱা
AUSImage অষ্ট্ৰেলিয়াAUT (1956 W)
AUTImage অষ্ট্ৰিয়াAUS (1956 W)
AZEImage আজেৰবাইজান
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
BAHImage বাহামাছ
BANImage বাংলাদেশ
BARImage বাৰ্বাড'ছBAD (1964)
BDIImage বুৰুণ্ডী
BELImage বেলজিয়াম
BENImage বেনিনDAY (1964), DAH (1968–1976)
BERImage বাৰ্মুদা
BHUImage ভূটান
BIHImage বচনিয়া আৰু হাৰজেগ’ভিনাBSH (1992 S)
BIZImage বেলাইজHBR (1968–1972)
BLRImage বেলাৰুছ
BOLImage বলিভিয়া
BOTImage বৎচোৱানা
BRAImage ব্ৰাজিল
BRNImage ব্ৰুণেই
BRUImage ব্ৰুণেই
BULImage বুলগেৰিয়া
BURImage বাৰ্কিনা ফাছোVOL (1972–1984)
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
CAFImage চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিকAFC (1968)
CAMImage কম্বোডিয়াCAB (1964), KHM (1972–1976)
CANImage কানাডা
CAYImage কেমেন দ্বীপপুঞ্জ
CGOImage কংগো
CHAImage চাদCHD (1964)
CHIImage চিলিCIL (1956 W, 1960 S)
CHNImage চীন
CIVImage আইভৰি ক’ষ্টIVC (1964), CML (1968)
CMRImage কেমেৰুন
CODImage কংগো গণৰাজ্যCOK (1968), ZAI (1972–1996)
COKImage কুক দ্বীপসমূহ
COLImage কলম্বিয়া
COMImage কম'ৰছ
CPVImage কেপ ভাৰ্ডে
CRCImage কষ্টা ৰিকাCOS (1964)
CROImage ক্ৰয়েছিয়া
CUBImage কিউবা
CYPImage চাইপ্ৰাছ
CZEImage চেক গণৰাজ্য
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
DENImage ডেনমাৰ্কDAN (1960 S, 1968 W), DIN (1968 S)
DJIImage দীজিবৌটি
DMAImage ডমিনিকা
DOMImage ডমিনিকান গণৰাজ্য
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
ECUImage ইকুৱেডৰ
EGYImage ইজিপ্তRAU (1960, 1968), UAR (1964)
ERIImage এৰিট্ৰিয়া
ESAImage এল চালভাড’ৰSAL (1964–1976)
ESPImage স্পেইনSPA (1956–1964, 1968 W)
ESTImage এষ্ট’নিয়া
ETHImage ইথিঅ'পিয়াETI (1960, 1968)
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
FIJImage ফিজিFIG (1960)
FINImage ফিনলেণ্ড
FRAImage ফ্ৰান্স
FSMImage মাইক্ৰ’নেছিয়া
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
GABImage গেবন
GAMImage গাম্বিয়া
GBRImage গ্ৰেট ব্ৰিটেইনGRB (1956 W–1960), GBI (1964)
GBSImage গুইনিয়া-বিচ্চাও
GEOImage জৰ্জিয়া
GEQImage বিষুৱীয় গিনি
GERImage জাৰ্মানীALL (1968 W), ALE (1968 S)
GHAImage ঘানা
GREImage গ্ৰীচ
GRNImage গ্ৰেনেডা
GUAImage গুৱেটমালাGUT (1964)
GUIImage গুইনিয়া
GUMImage গুৱাম
GUYImage গুৱানাGUA (1960), GUI (1964)
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
HAIImage হাইটি
HKGImage হংকংHOK (1960–1968)
HONImage হন্দুৰাছ
HUNImage হাংগেৰীUNG (1956 W, 1960 S)
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
INAImage ইণ্ডোনেছিয়াINS (1960)
INDImage ভাৰত
IRIImage ইৰানIRN (1956–1988), IRA (1968 W)
IRLImage আয়াৰলেণ্ড
IRQImage ইৰাকIRK (1960, 1968)
ISLImage আইচলেণ্ডICE (1960 W, 1964 S)
ISRImage ইজৰাইল
ISVImage ভাৰ্জিন দ্বীপপুঞ্জ
ITAImage ইটালী
IVBImage ব্ৰিটিছ ভাৰ্জিন দ্বীপসমূহ
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
JAMImage জামাইকা
JORImage জৰ্ডান
JPNImage জাপানGIA (1956 W, 1960 S), JAP (1960 W)
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
KAZImage কাজাখাস্তান
KENImage কেনিয়া
KGZImage কিৰগিজস্তান
KIRImage কিৰিবাছ
KORImage দক্ষিণ কোৰিয়াCOR (1956 W, 1960 S, 1968 S, 1972 S)
KSAImage চৌদি আৰৱARS (1968–1976), SAU (1980–1984)
KUWImage কুৱেইট
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
LAOImage লাউচ
LATImage লাটভিয়া
LBAImage লিবিয়াLYA (1964), LBY (1968 W)
LBRImage লাইবেৰিয়া
LCAImage ছেইণ্ট লুছিয়া
LESImage লেছথ’
LIBImage লেবাননLEB (1960 W, 1964 S)
LIEImage লাইচটেনষ্টাইনLIC (1956 W, 1964 S, 1968 W)
LTUImage লিথুৱানিয়াLIT (1992 W)
LUXImage লাক্সেমবাৰ্গ
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
MADImage মাদাগাস্কাৰMAG (1964)
MARImage মৰক্কোMRC (1964)
MASImage মালেয়েছিয়াMAL (1964–1988)
MAWImage মালাৱী
MDAImage মলডভাMLD (1994)
MDVImage মালদ্বীপ
MEXImage মেক্সিকো
MGLImage মংগোলিয়াMON (1968 W)
MHLImage মাৰ্ছাল দ্বীপপুঞ্জ
MKDImage মেছেদনীয়া
MLIImage মালি
MLTImage মালটাMAT (1960–1964)
MNEImage মণ্টেনেগ্ৰ
MONImage মনাকো
MOZImage মজাম্বিক
MRIImage মৰিছাছ
MTNImage মৌৰিতানিয়া
MYAImage ম্যানমাৰBIR (1960, 1968–1988), BUR (1964)
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
NAMImage নামিবিয়া
NCAImage নিকাৰাগুৱাNCG (1964), NIC (1968)
NEDImage নেদাৰলেণ্ডOLA (1956 W), NET (1960 W), PBA (1960 S), NLD (1964 S), HOL (1968–1988)
NEPImage নেপাল
NGRImage নাইজেৰিয়াNGA (1964)
NIGImage নাইজাৰNGR (1964)
NORImage নৰৱে
NRUImage নাউৰু
NZLImage নিউজিলেণ্ডNZE (1960, 1968 W)
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
OMAImage ওমান
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
PAKImage পাকিস্তান
PANImage পানামা
PARImage পাৰাগুৱে
PERImage পেৰু
PHIImage ফিলিপাইনFIL (1960, 1968)
PLEImage পেলেষ্টাইন
PLWImage পালাউ
PNGImage পাপুৱা নিউগিনিNGY (1976–1980), NGU (1984–1988)
POLImage পোলেণ্ড
PORImage পৰ্তুগাল
PRKImage উত্তৰ কোৰিয়াNKO (1964 S, 1968 W), CDN (1968)
PURImage পুৱেৰ্ট’ ৰিক’PRI (1960), PRO (1968)
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
QATImage কাটাৰ
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
ROUImage ৰোমানিয়াROM (1956–1960, 1972–2006), RUM (1964–1968)
RSAImage দক্ষিণ আফ্ৰিকাSAF (1960–1972)
RUSImage ৰাছিয়া
RWAImage ৰুৱাণ্ডা
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
SAMImage চামোৱা
SENImage ছেনেগালSGL (1964)
SEYImage ছেচেল্লেচ
SINImage ছিংগাপুৰ
SKNImage ছেইণ্ট কিট্টিচ আৰু নেভিচ
SLEImage ছিয়েৰা লিয়নSLA (1968)
SLOImage শ্ল’ভেনিয়া
SMRImage ছান মাৰিণ'SMA (1960–1964)
SOLImage চল’মন দ্বীপপুঞ্জ
SOMImage ছোমালিয়া
SRBImage ছাৰ্বিয়া
SRIImage শ্ৰীলংকাCEY (1960–1972)
STPImage চাও টমে আৰু প্ৰিন্সিপে
SUDImage ছুদান
SUIImage ছুইজাৰলেণ্ডSVI (1956 W, 1960 S), SWI (1960 W, 1964 S)
SURImage ছুৰিনাম
SVKImage শ্ল'ভাকিয়া
SWEImage ছুইডেনSVE (1956 W, 1960 S), SUE (1968 S)
SWZImage স্বাজিলেণ্ড
SYRImage ছিৰিয়াRAU (1960), SIR (1968)
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
TANImage তাঞ্জানিয়া
TGAImage টংগাTON (1984)
THAImage থাইলেণ্ড
TJKImage তাজিকিস্তান
TKMImage তুৰ্কমেনিস্তান
TLSImage টিমুৰ লেষ্টেIOA (Individual Olympic Athletes, 2000)
TOGImage তগ’
TPEImage চাইনিজ টাইপেই[4]RCF (1960), TWN (1964–1968), ROC (1972–1976)
TRIImage ট্ৰিনিদাদ আৰু ট'বেগ'‎TRT (1964–1968)
TUNImage তুনিছিয়া
TURImage তুৰস্ক
TUVImage টুভালু
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
UAEImage সংযুক্ত আৰৱ আমিৰাত
UGAImage উগাণ্ডা
UKRImage ইউক্ৰেইন
URUImage উৰুগুৱেURG (1968)
USAImage আমেৰিকা যুক্তৰাষ্ট্ৰSUA (1960 S), EUA (1968 S)
UZBImage উজবেকিস্তান
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
VANImage ভানুৱাটু
VENImage ভেনিজুৱেলা
VIEImage ভিয়েটনামVET (1964), VNM (1968–1976)
VINImage ছেইণ্ট ভিনচেণ্ট আৰু গ্ৰেনাদাইনছ
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
YEMImage য়েমেন
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
ZAMImage জাম্বিয়াNRH (1964)
ZIMImage জিম্বাৱৱেRHO (1960–1972)

ঐতিহাসিক " জাতীয় অলিম্পিক সমিতি" আৰু দলসমূহ

[সম্পাদনা কৰক]

এতিয়ালৈকে ব্যৱহাৰ হৈ থকা ক'ডসমূহ

[সম্পাদনা কৰক]

১৩টা ঐতিহাসিক " জাতীয় অলিম্পিক সমিতি" আৰু দলৰ ক'ড বিলাক IOC য়ে এতিয়াও তেওঁলোকৰ ফলফলৰ তথ্যভাণ্ডাৰত ব্যৱহাৰ কৰি আহিছে।[5] যাতে সেইসময়ত পদক পোৱা লোকসকলৰ কথা সঠিক ভাৱে উল্লেক খৰিব পাৰি।

Code Nation/Team Other codes used
AHOImage নেডাৰলেণ্ডচ এনটাইল্লেচ
ANZঅষ্ট্ৰেলেছিয়া
BOHImage বহেমিয়া
BWIব্ৰিটিছ ৱেষ্ট ইণ্ডিছANT (1960, 1968), WID (1964)
EUAজাৰ্মানী Unified Team of GermanyGER (1956–1964)
EUNআন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি Unified Team
FRGImage পশ্চিম জাৰ্মানীALL (1968 W), ALE (1968 S), GER (1972–1976)
GDRImage পূব জাৰ্মানীADE (1968)
SCGImage ছাৰ্বিয়া আৰু মণ্টেনিগ্ৰোYUG (1996 S-2002 W)
TCHImage চেক’শ্লভাকিয়াCSL (1956 W), CZE (1960 W), CSV (1960 S), CZS (1964 S), CHE (1968 S)
URSImage ছ'ভিয়েট সংঘSOV (1968 W)
YUGImage য়ুগোশ্লভিয়াJUG (1956–1960, 1968 W), YUS (1964 S)
ZZXআন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি Mixed teams
===Obsolete codes===
সংকেত ৰাষ্ট্ৰ (NOC) বছৰসমূহ Notes
BIRImage বাৰ্মা১৯৪৮–১৯৮৮বৰ্তমানৰ Image ম্যানমাৰ (MYA)
CEYImage চেলন১৯৪৮–১৯৭২বৰ্তমানৰ Image শ্ৰীলংকা (SRI)
DAHImage দাহ’মে১৯৬৪–১৯৭৬বৰ্তমানৰ Image বেনিন (BEN)
HBRImage ব্ৰিটিছ অন্দুৰাছ১৯৬৮–১৯৭২বৰ্তমানৰ Image বেলাইজ (BIZ)
KHMখেমাৰ প্ৰজাতন্ত্ৰ১৯৭২–১৯৭৬বৰ্তমানৰ Image কম্বোডিয়া (CAM)
MALImage মালায়া১৯৫৬–১৯৬০Competed independently prior to the formation of Malaysia in ১৯৬৩
বৰ্তমানৰ Image মালেয়েছিয়া (MAS)
NBOImage উত্তৰ বোৰ্নিঅ’১৯৫৬
NRHImage উত্তৰ ৰ’দিছিয়া১৯৬৪বৰ্তমানৰ Image জাম্বিয়া (ZAM)
RAUImage সংযুক্ত আৰৱ গণৰাজ্য১৯৬০বৰ্তমানৰ Image ইজিপ্ত (EGY)
and Image ছিৰিয়া (SYR)
RHOImage ৰ’দিছিয়া১৯৬০–১৯৭২বৰ্তমানৰ Image জিম্বাৱৱে (ZIM)
ROCImage চীন প্ৰজাতন্ত্ৰ১৯৩২–১৯৭৬বৰ্তমানৰ competing under the name 'Image চাইনিজ টাইপেই (TPE)'
SAAImage চাৰ১৯৫২Competed independently prior to rejoining Image পশ্চিম জাৰ্মানী (FRG) in ১৯৫৭.
UARImage সংযুক্ত আৰৱ গণৰাজ্য১৯৬৪বৰ্তমানৰ Image ইজিপ্ত (EGY)
VOLImage আপাৰ ভল্টা১৯৭২–১৯৮৪বৰ্তমানৰ Image বাৰ্কিনা ফাছো (BUR)
YARImage উত্তৰ য়েমেন১৯৮৪–১৯৮৮Competed independently prior to Yemeni unification in ১৯৯০.
বৰ্তমানৰ Image য়েমেন (YEM)
YMDImage দক্ষিণ য়েমেন১৯৮৮
ZAIImage জাইৰে১৯৭২–১৯৯৬বৰ্তমানৰ Image কংগো গণৰাজ্য (COD)
 Image ব্ৰিটিছ গায়ানা১৯৪৮–১৯৬৪বৰ্তমানৰ Image গুৱানা (GUY)
 Image গল্ড ক'ষ্ট১৯৫২বৰ্তমানৰ Image ঘানা (GHA)

IOC য়ে কোনো ৰাষ্ট্ৰৰ পদনাম সলনি কৰা বাবে প্ৰয়োজন হোৱা দুটা উল্লেখযোগ্য ক'ড পৰিৱৰ্তন হ'ল:

  • ১৯৯২ অলিম্পিকত, হলেণ্ডৰ নাম নেদাৰলেণ্ড ঘোষণা কৰা বাবে . HOL পৰিবৰ্তিত কৰি NED কৰা হয়।
  • ইৰাণৰ নাম Islamic Republic of Iran' হোৱা বাবে IRN সলাই ইৰাণৰ ক'ড IRI কৰা হয়, ১৯৯২ পিছৰ পৰা।

বিশেষ সংকেতসমূহ

[সম্পাদনা কৰক]
  • ANZ: ১৯০৮ আৰু ১৯১২ চনৰ অলিম্পিকত আগৰ অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ খেলুৱৈৰে গঠিত অষ্ট্ৰেলেচিয়া নামৰ দলটোৰ ক’ড ANZ আজিকালি IOC ৰ মেডেল তথ্যভাণ্ডাৰত ব্যৱহৃত হয়।[5] to identify the team from Australasia,১৯২০ চনৰ পৰা দুইখন দেশে পৃথক ভাৱে দল পঠিয়াই আহিছে।
  • EUA: IOC ৰ মেডেল তথ্যভাণ্ডাৰত, ১৯৫৬ চনৰ পৰা ১৯৬৪ চনৰ মাজৰ কালছোৱাৰ পশ্চিম জাৰ্মানী আৰু পূব জাৰ্মানীৰ সন্মিলিত দলদুটাক বুজাবলৈ EUA ক’ডটো ব্যৱহাৰ কৰা হয়। এই সয়মছোৱাত হোৱা ছখন আলিম্পিকৰ আধিকাৰিক প্ৰতিবেদন সমূহত এই দলটোত কেৱল' জাৰ্মানী' বুলি জনা গৈছিল।
  • EUN: ১৯৯২ চনৰ শীত আৰু গ্ৰীষ্মকালীন আলিম্পিকত প্ৰাক্তন চোভিয়েত ইউনিয়নৰ প্ৰায়বিলাক দেশ লগলাগি গঠন কৰা দলতোক বুজাবলৈ EUN ক’ড ব্যৱহাৰ কৰা হয়। সেইবাৰ কেৱল বাল্টিক দেশ বিলাকেহে নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল। বাকী ১২খন দেশে ১৯৯৪ বা ১৯৯৬ চনৰ পৰাহে সূকীয়াকৈ দল পঠোৱা আৰম্ভ কৰে।
  • IOP:ৰাষ্ট্ৰসংঘৰ নিষিদ্ধকৰণৰ পৰিপ্ৰেক্ষিতত১৯৯২ চনৰ যুগোশ্লাভিয়াৰ খেলুৱৈ সকলে অংশগ্ৰহণ নিজৰ দেশৰ নামত অলিম্পিকত যোগদান কৰিব নোৱাৰিছিল। নোৱাৰিছিল। তেওঁলোকক ‘স্বতন্ত্ৰ অলিম্পিক খেলুৱৈ’ (Independent Olympic Participants) হিচাপে খেলিবৰ অনুমতি দি, তেওঁলোকৰ বাবে IOP ক’ড স্থিৰ কৰা হৈছিল।
  • IOA: ২০০০ চনত ‘টিমৰ লেষ্টে’ (Timor-Leste)ৰ NOC গঠিত নোহোৱা বাবে তেওঁলোকক ব্যক্তিগত অলিম্পিক খেলুৱৈ ( Individual Olympic Participants) হিচাপে IOA ক’ডৰ তলত খৈলিবলৈ অনুমতি দিয়া হৈছিল। এই IOA ২০১২ চনৰ পুনৰ ব্যৱহাৰ কৰা হব। ২০১২ চনত ইয়াৰ অৰ্থ কৰা হব স্বতন্ত্ৰ আলিম্পিক এথলেট ( Independent Olympic Athletes), ইয়াত আগৰ নেডাৰলেণ্ড এণ্টিলেচৰ এথলেট সকলৰ লগতে দক্ষিণ চুডানৰ এজন দৌৰবিদ থাকিব। নেডাৰলেণ্ড এণ্টিলেচৰ আলিম্পিক সমিতিৰ সদস্য পদ যোৱাবছৰ খাৰিজ কৰা হয় আৰু দক্ষিণ চুডানে এতিয়ালৈকে সমিতি গঠন কৰা নাই।
  • IOC:২০১০ চনৰ এচিয়ান গেমচ কুটেইটৰ এথলেট সকলক বুজাবলৈ IOC ক’ড ব্যৱহাৰ কৰা হৈছিল,কাৰণ কুৱেইট অলিম্পিক সমিতিক সেই সময়ছোৱাত বৰ্খাস্ত কৰা হৈছিল।
  • ZZX: নানান দেশৰ মিশ্ৰ এথলেট সকলে লাভ কৰা পদকৰ কথা বুজাবলৈ ZZX ক’ড ব্যৱহাৰ কৰা হয়( যেনে ফ্ৰান্স আৰু ব্ৰিটেইনৰ মিশ্ৰ দল), এনে পৰিস্থিতি ১৮৯৬, ১৯০০ আৰু ১৯০৪ চনত হোৱা দেখা গৈছিল।

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Mallon, Bill; Ove Karlsson (May 2004). "IOC and OCOG Abbreviations for NOCs" (PDF). Journal of Olympic History খণ্ড 12 (2): 25–28. Archived from the original on 2010-08-08. https://web.archive.org/web/20100808013149/http://www.la84foundation.org/SportsLibrary/JOH/JOHv12n2/johv12n2l.pdf আহৰণ কৰা হৈছে: 2008-02-08.
  2. Faroe Islands
  3. Macau, China
  4. Official name given to the Republic of China for Olympic competition
  5. 1 2 "Olympic Medal Winners". International Olympic Committee. http://www.olympic.org/uk/athletes/results/search_r_uk.asp আহৰণ কৰা হৈছে: 2008-02-08.

অন্যান্য সংযোগসমূহ

[সম্পাদনা কৰক]