সমললৈ যাওক

মাকাও

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাকাও বিশেষ প্ৰশাসনিক অঞ্চল
(গণপ্ৰজাতন্ত্ৰী চীন)[1]
中華人民共和國澳門特別行政區
Região Administrativa Especial de Macau da República Popular da China  (Script error: The function "name_from_code" does not exist.)
Flag of মাকাও
Flag
জাতীয় প্ৰতীক of মাকাও
জাতীয় প্ৰতীক
Anthem: স্বেচ্ছাসেৱকলৰ কুচকাৱাজ
《義勇軍進行曲》
Marcha dos Voluntários
ঘড়িৰ কাঁটাৰ দিশত (ওপৰৰ পৰা তললৈ ): চেন্ট পল গীৰ্জাৰ ধ্বংসাৱশেষ ; কেচিন' লিচবোৱা ; চেন্ট জোচেফ চেমিনাৰী চাৰ্চ ; পোন্তে গোবৰ্নাদোৰ নোব্ৰে দে কাৰ্বালো দলং ; আ-মা মন্দিৰ; গিয়া দূৰ্গ; মাকাও টাৱাৰ।
ঘড়িৰ কাঁটাৰ দিশত (ওপৰৰ পৰা তললৈ ): চেন্ট পল গীৰ্জাৰ ধ্বংসাৱশেষ ; কেচিন' লিচবোৱা ; চেন্ট জোচেফ চেমিনাৰী চাৰ্চ ; পোন্তে গোবৰ্নাদোৰ নোব্ৰে দে কাৰ্বালো দলং ; আ-মা মন্দিৰ; গিয়া দূৰ্গ; মাকাও টাৱাৰ।
Location of মাকাও
Official languagesচীনা , পৰ্তুগীজ [2]
কথিত ভাষাকেন্টনীয় উপভাষা, মাকানীয় পৰ্তুগীজ, মাকানীয় (পাতুয়া)
লিখন পদ্ধতিপাৰম্পৰিক চীনা , লেটিন বৰ্ণমালা
Demonymমাকানীয়
Governmentমাকাও বিশেষ প্ৰশাসনিক অঞ্চল (গণপ্ৰজাতন্ত্ৰী চীন)
 প্ৰধান কাৰ্য্যবাহী, মাকাও
ফাৰ্নান্দো চুই
 বিচাৰ আৰু প্ৰশাসন সচিব (মাকাও)
ছনিয়া চেন
 চুড়ান্ত আপীল কৰ্ট(মাকাও) প্ৰেচিডেন্ট
চেম হো ফেই
 মাকাও আইনসভাৰ সভাপতি
হো লেট চেং
Legislatureমাকাও আইনসভা
Establishment
 Portugal-administered trading post
১৫৫৭
 পৰ্তুগীজ কলনী
১ ডিচেম্বৰ , ১৮৮৭

২০ ডিচেম্বৰ , ১৯৯৯
Area
 Total
29.5 বৰ্গ কি.মি. (11.4 বৰ্গ মাইল) (২২৯তম)
 Water (%)
০ %
Population
 ২০১২ estimate
৫,৬৮,৭০০ (১৬৭তম)
 Density
18,568 /কিমি (48,090.9 /বৰ্গ মাইল) (১ম)
GDP (PPP)২০০৮ estimate
 Total
US$৩১.২৭১ বিলিয়ন (৯৯তম)
 Per capita
US$৫৯,৪৫১ (২য়)
GDP (nominal)২০০৯ estimate
 Total
US$২১.৭০০ বিলিয়ন (৯৪তম)
 Per capita
US$৩৯,৮০০ (১৮তম)
HDI (২০০৭)০.৯৪৪[3]
Error: Invalid HDI value (২৫তম)
Currencyমাকানী পাতাকা (MOP$) (MOP)
Time zoneUTC+৮ (চীন মান সময়(MST())
 Summer (DST)
পৰ্যৱেক্ষণ কৰা হোৱা নাই
Calling code+৮৫৩
ISO 3166 codeMO
Internet TLD.mo
মাকাও
চীনা নাম
পৰম্পৰাগত চীনা লিপি 澳門
সৰলীকৃত চীনা লিপি 澳门
Cantonese Jyutping ou3mun4*2
Cantonese Yale Oumùhn
Hanyu Pinyin Àomén
আক্ষৰিক অৰ্থ সমুদ্ৰ দ্বাৰ
মাকাও বিশেষ প্ৰশাসনিক অঞ্চল
পৰম্পৰাগত চীনা লিপি 澳門特別行政區 (or 澳門特區)
সৰলীকৃত চীনা লিপি 澳门特别行政区 (or 澳门特区)
Portuguese name
Portuguese Região Administrativa Especial de Macau (ৰেজিয়াঅ' এডমিনিষ্টাৰাতিভা এস্পেচিয়েল দে মাকাও) অৰ্থ "Macau Special Administrative Region"

মাকাও(মেকাও নামেও পৰিচিত) গণপ্ৰজাতন্ত্ৰী চীনৰ দুটা বিশেষ প্ৰশাসনিক অঞ্চলৰ এটা। আনটো হল হংকং। মাকাও পাৰ্ল ব-দ্বীপৰ পশ্চিমাংশত হংকঙৰ পূবত অবস্থিত।[4] ইয়াৰ উত্তৰত গুয়াংডং প্ৰদেশ আৰু দক্ষিণ আৰু পূবত দক্ষিণ চীন সাগৰ। মাকাওৰ অৰ্থনীতি বহুলাংশে পৰ্যটন আৰু জুয়া-ব্যৱসায়ৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ ওপৰি আয়ৰ প্ৰধান উৎস যন্ত্ৰাংশ উৎপাদন।

Image
Portuguese coin (minted 1996) commemorating the arrival of the Portuguese in China in 1513
Image
Ruins of St. Paul's, by George Chinnery (1774–1852). The church was built in 1602 and destroyed by fire in 1835. Only the southern stone façade remains today.
Image
Macau, c. 1870.

ষোড়শ শতিকাৰ মাজৰ পৰা ১৯৯৯ চন পৰ্যন্ত মাকাও পৰ্তুগীজ শাসনাধীন আছিল। ই চীনৰ শেষ ইউৰোপীয় কলনী।[5][6] পৰ্তুগীজ ব্যৱসায়ী সকল ১৫৫০ চনৰ ফালে মাকাওত প্ৰথম বসতি স্থাপন কৰিছিল । ১৫৫৭ চনত চীনৰ সম্ৰাটে মাকাওক বাণিজ্য বন্দৰ হিচাপে পৰ্তুগালক অনুমতি দিছিল । ১৮৮৭ চন পৰ্যন্ত মাকাও চীনা প্ৰশাসনৰ অধীনত পৰ্তুগাল শাসিত আছিল। ১৮৮৭ চনত মাকাও পৰ্তুগীজ কলনীত ৰূপান্তৰিত হয়। ১৯৯৯ চনৰ ২০ ডিচেম্বৰত মাকাওৰ সাৰ্বভৌমত্ব চীনক হস্তান্তৰ কৰা হয়। চীনা-পৰ্তুগীজ যৌথ ঘোষণা আৰু মাকাওৰ মৌলিক নীতি অনুসাৰি ২০৪৯ চন পৰ্যন্ত এটি বিশেষ সাৰ্বভৌম ক্ষমতা ভোগ কৰিব।[7]

চিত্ৰমালা

[সম্পাদনা কৰক]
Image
A-Ma Temple, a temple built in 1448 dedicated to the goddess Matsu.
Image
Statue of Guanyin, the goddess of mercy.
Image
Macao Science Center
Image
The Statue of Guanyin, a blend between the traditional images of the bodhisattva Guanyin and Holy Mary.

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. As reflected in the Chinese text of the Macau emblem, the text of the Macao Basic Law Archived 2012-02-05 at the Wayback Machine, and the Macao Government Website, the full name of the territory is the Macao Special Administrative Region of the People's Republic of China. Although the convention of "Macao Special Administrative Region", "Macao" and "Macau" can also be used.
  2. The Macau Basic Law states that the official languages are "Chinese and Portuguese." It does not explicitly specify the standard for "Chinese". While Mandarin and Simplified Chinese characters are used as the spoken and written standards in mainland China, Cantonese and Traditional Chinese characters are the long-established de facto standards in Macau.
  3. "Macao in Figures 2010". Statistics and Census Service, Macau SAR. 2010. http://www.dsec.gov.mo/getAttachment/6ba9054b-39ed-4a06-95fa-be5fdc961af1/E_MN_PUB_2010_Y.aspx আহৰণ কৰা হৈছে: 1 July 2010.
  4. Macau Yearbook 2007, 475.
  5. Fung, 5.
  6. "Macau and the end of empire". BBC News. 18 December 1999. http://news.bbc.co.uk/1/hi/world/asia-pacific/566301.stm আহৰণ কৰা হৈছে: 7 January 2008.
  7. "Content of Basic Law of Macau". University of Macau. Archived from the original on 30 October 2007. https://web.archive.org/web/20071030094729/http://www.umac.mo/basiclaw/english/main.html আহৰণ কৰা হৈছে: 7 January 2008.