সমললৈ যাওক

মাৰ্চ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০১১১২১৩১৪
১৫১৬১৭১৮১৯২০২১
২২২৩২৪২৫২৬২৭২৮
২৯৩০৩১  

মাৰ্চ গ্ৰেগৰীয় কেলেণ্ডাৰ অনুসাৰি বছৰৰ তৃতীয় মাহ। এই মাহত মুঠ ৩১ দিন থাকে।

মাৰ্চ শব্দটি প্ৰাচীন ৰোমান শব্দৰ পৰা আহিছে। ৰোমান বৰ্ষপজ্ঞিকাত মাৰ্চ আছিল প্ৰথম মাহ। ৰোমানসকলৰ যুদ্ধ দেৱতা মাৰিটাচৰ পৰা মাৰচ শব্দটোৰ আৰ্বিভাৱ হয়। মাৰচৰ পৰাই আধুনিক মাৰ্চ শব্দটো আহিছে।

  • বীমা দিৱস : ১ মাৰ্চ
  • পতাকা দিৱস : ২ মাৰ্চ
  • বিশ্ব বন্যপ্ৰাণী দিৱস : ৩ মাৰ্চ
  • আন্তৰ্জাতিক নাৰী দিৱস : ৮ মাৰ্চ
  • আন্তৰ্জাতিক গণিত দিৱস : ১৪ মাৰ্চ
  • আন্তৰ্জাতিক সুখ দিৱস : ২০ মাৰ্চ
  • বিশ্ব কবিতা দিৱস : ২১ মাৰ্চ
  • বিশ্ব জল দিৱস : ২২ মাৰ্চ

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]