১৪ জানুৱাৰী
অৱয়ব
| জানুৱাৰী | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ২ | ৩ | ||||
| ৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
| ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
| ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
| ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
| ২০২৬ | ||||||
১৪ জানুৱাৰী (ইংৰাজী: 14 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৪ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫১টা দিন (অধিবৰ্ষত ৩৫২টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী
[সম্পাদনা কৰক]জন্ম
[সম্পাদনা কৰক]- ১৮৭৫ - এলবাৰ্ট স্কোৱেটজাৰ, নোবেল বিজয়ী জাৰ্মানীৰ প্ৰখ্যাত চিকিৎসাবিদ।
- ১৯০৫ - দুৰ্গা খোটে, ভাৰতীয় অভিনেত্ৰী।
- ১৯২৬ - মহাশ্বেতা দেৱী, ভাৰতীয় বাঙালী সাহিত্যিক আৰু মানৱাধিকাৰ আন্দোলনকৰ্মী। (মৃ.২৮/০৭/২০১৬)
- ১৯২৯ - শ্যামল মিত্ৰ, ভাৰতীয় নেপথ্য কণ্ঠশিল্পী, সঙ্গীত পৰিচালক তথা চলচ্চিত্ৰ প্ৰযোজক।
- ১৯৬৫ - সীমা বিশ্বাস, ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী।
মৃত্যু
[সম্পাদনা কৰক]- ১৭৪২ - এডমাণ্ড হেলি, ইংৰাজ জ্যোতিৰ্বিদ আৰু গণিতজ্ঞ।
- ২০০৮ - অৰ্চনা শৰ্মা, ভাৰতীয় উদ্ভিদ বিজ্ঞানী, কোষ বংশগতিবিজ্ঞানী, কোষ জীৱবিজ্ঞানী আৰু কোষবিষবিজ্ঞানী।
- ২০১৪ - কনক চন্দ্ৰ ডেকা, অসমীয়া সাহিত্যিক।
দিৱস
[সম্পাদনা কৰক]- বিশ্ব যুক্তিবিজ্ঞান দিৱস (আন্তৰ্জাতিক)।
- পতাকা দিৱস (জাৰ্জিয়া)।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ১৪ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
| ||||||||||||||||||||||||||||||||||||||||||||