- ১৮৬২ - মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰথম কাগজৰ মুদ্ৰা প্ৰচলন হয়।
- ১৮৯৬ - আধুনিক অলিম্পিক ক্ৰীড়াৰ প্ৰথম স্বৰ্ণপদক প্ৰদান কৰা হয়।
- ১৮৬৭ - ফ্ৰেণ্ডলিব ফাৰ্ডিনাণ্ড ৰংগ, জাৰ্মান ৰসায়ন বিজ্ঞানী। (জন্ম: ৮ ফেব্ৰুৱাৰী, ১৭৯৪)
- ১৮৯৪ - গুণাভিৰাম বৰুৱা, অসমীয়া সাহিত্যিক, নাট্যকাৰ, প্ৰবন্ধকাৰ, বুৰঞ্জীবিদ আৰু সমাজ সংস্কাৰক। (জন্ম: ১৮৩৭)
- ১৯৪০ - ৰজনীকান্ত বৰদলৈ, অসমীয়া সাহিত্যক। উপন্যাস সম্ৰাট হিচাপে প্ৰসিদ্ধ। (জন্ম: ২৪ নৱেম্বৰ ১৮৬৭)
- ১৯৫৫ - মোহিনী দেৱী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
- ১৯৭৫ - দিভা জিভাৰাটিনাম, ভাৰতীয় ৰাজনীতিবিদ।
- ২০১৪ - নন্দা কৰ্ণাটকী, ভাৰতীয় অভিনেত্ৰী। (জন্ম: ৮ জানুৱাৰী, ১৯৩৯)
- ২০১৫ - ইন্দ্ৰ বণিয়া, অসমীয়া অভিনেতা। (জন্ম: ২৪ ডিচেম্বৰ, ১৯৪২)