২ মাৰ্চ
অৱয়ব
| << | মাৰ্চ | >> | ||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
| ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
| ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
| ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
| ২৯ | ৩০ | ৩১ | ||||
| ২০২৬ | ||||||
২ মাৰ্চ গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৬০ তম (অধিবৰ্ষত ৬১ তম) দিন।
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৯৯১ - শ্ৰীলংকাত হোৱা বোমা বিস্ফোৰণত উপ-প্ৰতিৰক্ষামন্ত্ৰী বিজয়সহ ২৯জন নিহত।
জন্ম
[সম্পাদনা কৰক]- ১৯২৩ - ৰিচাৰ্ড উইলিয়াম টিম, আমেৰিকান জীৱবিজ্ঞানী, খ্ৰীষ্টান যাজক, শিক্ষাবিদ, গৱেষক আৰু সমাজকৰ্মী।
- ১৯৩০ - জন কলম, আমেৰিকান অভিনেতা।
- ১৯৮৬ - জয়ন্ত তালুকদাৰ, অসমীয়া ধনুৰ্বিদ।
- ১৯৯০ - টাইগাৰ শ্ৰফ, ভাৰতীয় অভিনেতা।
মৃত্যু
[সম্পাদনা কৰক]- ১৯৪৯ - সৰোজিনী নাইডু, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ১৯৯৪ - অনিতা মৰিছ, আমেৰিকান অভিনেত্ৰী।
- ২০১৩ - শৱনম শাকিল, পাকিস্তানী কবি।
- ২০২১ - প্ৰভাত শৰ্মা, ভাৰতীয় সংগীতজ্ঞ, বাঁহী বাদক।
দিৱস
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ২ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
| ||||||||||||||||||||||||||||||||||||||||||||