সমললৈ যাওক

২৭ জানুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০
১১১২১৩১৪১৫১৬১৭
১৮১৯২০২১২২২৩২৪
২৫২৬২৭২৮২৯৩০৩১

২৭ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭তম দিন। বছৰ শেষ হ'বলৈ ৩৩৮ দিন (অধিবৰ্ষত ৩৩৯ দিন) বাকী থাকে।

উল্লেখযোগ্য ঘটনা

[সম্পাদনা কৰক]
  • ২০০২ - নাইজেৰিয়াৰ লেগ'ছ চহৰত সামৰিক স্থাপনাৰ বিস্ফোৰণত ১,১০০জন নিহত আৰু প্ৰায় ২০,০০০ লোক গৃহহাৰা হয়।
  • ২০০৬ - ৱেষ্টাৰ্ণ ইউনিয়ন, টেলিগ্ৰাফি আৰু বাণিজ্যিক মেছেজিং সেৱা বন্ধ কৰি দিয়া হয়।


বাহ্যিক সংযোগ

[সম্পাদনা কৰক]