৯ জুন
অৱয়ব
| জুন | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ২ | ৩ | ৪ | ৫ | ৬ | |
| ৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
| ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
| ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
| ২৮ | ২৯ | ৩০ | ||||
| ২০২৬ | ||||||
৯ জুন (ইংৰাজী: 9 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬০তম (অধিবৰ্ষত ১৬১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০৫টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]- ৬৮ - ৰোমান সম্ৰাট নিৰোৱে আত্মহত্যা কৰিছিল।
- ১৫৩৫ - স্পেইনৰ সৈন্যবাহিনীয়ে লেটিন আমেৰিকাৰ দেশ পাৰাগুয়ে দখল কৰে।
- ১৭৫৩ - ভাৰতৰ ত্ৰিচিন'পল্লীৰ (বৰ্তমান তিৰুচিৰাপল্লী) চেৰিংহাম যুদ্ধত (ইংৰাজী: Battle of Seringham or Srirangam.) ইংৰাজৰ হাতত ফৰাচী সকলে আত্মসমৰ্পণ কৰে।
- ১৯৩১ - প্ৰথম ডোনাল্ড ডাক কাৰ্টুন প্ৰদৰ্শিত হয়।
জন্ম
[সম্পাদনা কৰক]- ১৭৮১ - জৰ্জ ষ্টিফেনচন, ব্ৰিটিছ অভিযন্তা আৰু ৰেলৰ আবিষ্কাৰক। (মৃ.১২/০৮/১৮৪৮)
- ১৯৪৯ - কিৰণ বেদি, অৱসৰপ্ৰাপ্ত ভাৰতীয় পুলিচ পৰিসেৱা কৰ্মকৰ্তা আৰু সামাজিক কৰ্মী।
- ১৯৬৩ - জনি ডেপ, মাৰ্কিন অভিনতা, চলচ্চিত্ৰ প্ৰযোজক আৰু সুৰকাৰ।
- ১৯৭৫ - এণ্ড্ৰিউ চাইমণ্ডছ, ইংলেণ্ডৰ বাৰ্মিংহামত জন্মগ্ৰহণকাৰী অষ্ট্ৰেলিয়াৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।
- ১৯৭৫ - অমীশা পেটেল, বলিউডৰ অভিনেত্ৰী।
- ১৯৮১ - অনুষ্কা শংকৰ, ভাৰতীয় চেতাৰবাদক আৰু গীতিকাৰ।
- ১৯৮৫ - সোণম কাপুৰ, বলিউডৰ অভিনেত্ৰী।
মৃত্যু
[সম্পাদনা কৰক]- ১৮৭০ - চাৰ্লছ ডিকেন্স, ঊনবিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ ইংৰাজ ঔপন্যাসিক। (জ.০৭/০২/১৮১২)
- ১৯০০ - বিৰছা মুণ্ডা, ভাৰতৰ ৰাঁচি অঞ্চলৰ মুণ্ডা আদিবাসী তথা সমাজ সংস্কাৰক। (জ.১৫/১১/১৮৭৫)
- ২০০৫ - ৰিচাৰ্ড এবাৰহাৰ্ট, আমেৰিকান কবি।
- ২০১১ - মকবুল ফিদা হুছেইন, ভাৰতৰ জনপ্ৰিয় চিত্ৰশিল্পী। (জ.১৭/০৯/১৯১৫)
- ২০২০ - ইন্দ্ৰেশ্বৰ শৰ্মা, ভাৰতীয় সংগীতজ্ঞ, বেহেলাবাদক আৰু সংগীত পৰিচালক।
দিৱস
[সম্পাদনা কৰক]- আৰ্ন্তজাতিক আৰ্কাইভচ্ দিৱস
- ৰাষ্ট্ৰীয় বীৰ দিৱস (উগাণ্ডা)
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ৯ জুন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
| ||||||||||||||||||||||||||||||||||||||||||||