২২ মাৰ্চ
অৱয়ব
| মাৰ্চ | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
| ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
| ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
| ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
| ২৯ | ৩০ | ৩১ | ||||
| ২০২৬ | ||||||
২২ মাৰ্চ (ইংৰাজী: 22 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৮১তম (অধিবৰ্ষত ৮২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮৪টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]জন্ম
[সম্পাদনা কৰক]- ১৭১২ - এডৱাৰ্ড মোৰে, ইংৰাজ কবি।
- ১৮৬৮ - ৰবাৰ্ট মিলিকান, আমেৰিকান পদাৰ্থবিজ্ঞানী।
- ১৯৩১ - বাৰ্টন ৰিখটাৰ, নোবেল বিজয়ী আমেৰিকান পদাৰ্থবিজ্ঞানী।
- ১৯৪৯ - গুণাৰাম খনিকৰ, অসমীয়া বনৌষধি বিশেষজ্ঞ। (মৃত্যু: ৭ জানুৱাৰী, ২০১৬)
- ১৯৬০ - ৰাগিনী ত্ৰিবেদী, ভাৰতৰ ধ্ৰুপদী সংগীতশিল্পী।
মৃত্যু
[সম্পাদনা কৰক]- ১৮৯২ - বিষ্ণুপ্ৰিয়া দেৱী, অসমীয়া কবি।
- ১৯৭৭ - এ. কে. গোপালন, ভাৰতীয় ৰাজনীতিক।
- ২০১৬ - ৰিটা গাম, আমেৰিকান অভিনেত্ৰী।
দিৱস
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ২২ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনত Archived 2007-03-03 at the Wayback Machine
| ||||||||||||||||||||||||||||||||||||||||||||