৬ মাৰ্চ
অৱয়ব
| মাৰ্চ | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
| ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
| ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
| ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
| ২৯ | ৩০ | ৩১ | ||||
| ২০২৬ | ||||||
৬ মাৰ্চ (ইংৰাজী: 6 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৬৪তম (অধিবৰ্ষত ৬৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০১টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]জন্ম
[সম্পাদনা কৰক]- ১৪৭৫ - মাইকেলেঞ্জেল', ইটালীয় নৱজাগৰণৰ এজন ভাস্কৰ্যবিদ, চিত্ৰকৰ, স্থপতিবিদ, কবি আৰু অভিযন্তা।
- ১৫০৮ - সম্ৰাট হুমায়ুন, দ্বিতীয় মোগল সম্ৰাট। (মৃ.১৫৫৬)
- ১৮০৬ - এলিজাবেথ বেৰেট ব্ৰাউনিং, ইংৰাজ কবি। (মৃ.১৮৬১)
- ১৯২৭ - গাৰ্চিয়া মাৰ্কেছ, কলম্বিয়ান ঔপন্যাসিক, চুটিগল্প লিখক, পটকথা লিখক তথা সংবাদসেৱী।
- ১৯৮০ - ৰূপম ভূঞা, অসমীয়া কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত পৰিচালক।
মৃত্যু
[সম্পাদনা কৰক]- ২০১৫ - ৰাম সুন্দৰ দাস, ভাৰতীয় আইনজ্ঞ আৰু ৰাজনীতিবিদ।
- ২০১৭ - ৰবাৰ্ট অছবৰ্ণ, আমেৰিকান অভিনেতা।
- ২০২১ - গ্ৰাহাম পিংক, ব্ৰিটিছ ধাত্ৰী।
দিৱস
[সম্পাদনা কৰক]- স্বাধীনতা দিৱস (ঘানা)
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ৬ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
| ||||||||||||||||||||||||||||||||||||||||||||